Local, Vocal, Global

Massive Fire Breaks Out at Chabua : বিধ্বংসী অগ্নিকাণ্ড;অগ্নিকাণ্ডত ভস্মীভূত লক্ষাধিক টকাৰ সা- সম্পত্তি

নিউজ ডেস্ক, ১৯মাৰ্চ : বিধ্বংসী অগ্নিকাণ্ড । অগ্নিকাণ্ডত ভস্মীভূত লক্ষাধিক টকাৰ সা- সম্পত্তি(Massive Fire Breaks Out at Chabua) ।

চাবুৱাৰ ৰংচঙী টিপমীয়া গাঁৱত সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। অগ্নিকাণ্ডত ভস্মীভূত বুবুল শইকীয়া নামৰ এজন লোকৰ বাসগৃহ।

অগ্নিকাণ্ডত ভস্মীভূত লক্ষাধিক টকাৰ সা-সম্পত্তি(Massive Fire Breaks Out at Chabua)।

জানিব পৰা মতে, অগ্নিকাণ্ডৰ সময়ত বাসগৃহটোত নাছিল কোনো লোক।

লগতে পঢ়ক : Russian President Putin Returns To Power : পুনৰ ৰাছিয়াৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত ভ্লাদিমীৰ পুটিন