Huge quantity of foreign cigarettes seized in Bokajan : বোকাজানত জব্দ বুজন পৰিমাণৰ বিদেশী চিগাৰেট

নিউজ ডেস্ক, ১৬ মাৰ্চ : বোকাজানৰ খটখটিত জব্দ বুজন পৰিমাণৰ বিদেশী চিগাৰেট ।
আৰক্ষীৰ নাকা তালাচীত জব্দ কোৰিয়াত প্ৰস্তুত কৰা পেকেট চিগাৰেট(Huge quantity of foreign cigarettes seized in Bokajan) ।
জানিব পৰা মতে, ইম্ফলৰ পৰা কলিকতালৈ NL-AG-8250 নম্বৰৰ কণ্টেইনাৰত আনিছিল চিগাৰেটখিনি । কণ্টেইনাৰ খনৰ এটা গোপন চেম্বাৰত লুকুৱাই আনিছিল চিগাৰেটখিনি । আৰক্ষীয়ে প্ৰায় ৩,২৭০ পেকেট চিগাৰেট জব্দ কৰে । জব্দকৃত চিগাৰেটখিনিৰ বজাৰ মূল্য প্ৰায় ৪০ লক্ষাধিক হ’ব বুলি জানিব পৰা গৈছে(Huge quantity of foreign cigarettes seized in Bokajan) ।
আৰক্ষীয়ে ঘটনা সন্দৰ্ভক কনটেইনাৰ খনৰ ড্ৰাইভাৰ মীনহাজ আহমেদ আৰু হেন্দিমেন জাহিৰ হুছেইনক আটক কৰে আৰু ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰে ।
লগতে পঢ়ক : Massive Fire Breaks Out at Dibrugarh : বিধ্বংসী অগ্নিকাণ্ড;অগ্নিকাণ্ডত ভস্মীভূত বহু মূল্যবান সামগ্ৰীৰ