Special Leave Allotted to Assam Govt Employees on March 11-12 : আজিৰে পৰা চৰকাৰী চাকৰিয়াসকলে লাভ কৰিব দুদিনৰ নৈমিত্তিক ছুটি

নিউজ ডেস্ক, ১১মাৰ্চ : ৰাজ্যৰ চৰকাৰী কৰ্মচাৰী লৈ ভাল খবৰ ।
ৰাজ্যৰ চৰকাৰী চাকৰিয়াসকলে লাভ কৰিব দুদিনৰ নৈমিত্তিক ছুটি। ১১ আৰু ১২ মাৰ্চত অসম চৰকাৰৰ চাকৰিয়ালে লাভ কৰিব দুদিনৰ নৈমিত্তিক ছুটি(Special Leave Allotted to Assam Govt Employees on March 11-12)।
একশৰণ ভাগৱতী সমাজৰ সোণালী জয়ন্তী সমাৰোহত অংশগ্ৰহণৰ বাবে দিয়া হৈছে নৈমিত্তিক ছুটি(Casual Leave)।
আজিৰে পৰা মৰিগাঁৱত অনুষ্ঠিত হৈছে একশৰণ ভাগৱতী সমাজৰ সোণালী জয়ন্তী মহোৎসৱ।
লগতে পঢ়ক : Congress candidate list will be announced today : আজি ঘোষণা হ’ব কংগ্ৰেছৰ প্ৰাৰ্থী তালিকা