Congress candidate list will be announced today : আজি ঘোষণা হ’ব কংগ্ৰেছৰ প্ৰাৰ্থী তালিকা

নিউজ ডেস্ক, ১১মাৰ্চ : আজি ঘোষণা হ’ব কংগ্ৰেছৰ প্ৰাৰ্থী তালিকা(Congress candidate list will be announced today) ।
দিল্লীত অনুষ্ঠিত হ’ব কংগ্ৰেছৰ কেন্দ্ৰীয় নিৰ্বাচন সমিতিৰ বৈঠক।
প্ৰকাশ পাব অসমৰ লগতে আন কেইবাখনো ৰাজ্যৰ প্ৰাৰ্থী তালিকা ।
দিল্লীত উপস্থিত হৈছেগৈ ভূপেন বৰা,দেৱব্ৰত শইকীয়া।
লগতে পঢ়ক : Night Ferry service started between Nimati Ghat and majuli : আৰম্ভ হ’ল অফলামুখ-নিমাতী নৈশ ফেৰী সেৱা