Local, Vocal, Global

Prime Minister Narendra Modi unveils statue of Lachit Barphukan in Jorhat : যোৰহাটৰ হোলোঙাপাৰত প্ৰধানমন্ত্ৰী মোদীয়ে উন্মোচন কৰিলে বীৰ লাচিতৰ প্ৰতিমূৰ্তি

নিউজ ডেস্ক, ৯ মাৰ্চ : যোৰহাটত উপস্থিত প্ৰধানমন্ত্ৰী মোদী। যোৰহাটৰ হোলোঙাপাৰত প্ৰধানমন্ত্ৰী মোদীয়ে উন্মোচন কৰিলে বীৰ লাচিতৰ প্ৰতিমূৰ্তি(Prime Minister Narendra Modi unveils statue of Lachit Barphukan in Jorhat) ।

উল্লেখ্য যে, অসমীয়াৰ শৌৰ্য-বীৰ্যৰ প্ৰতীক মহাবীৰ লাচিত বৰফুকনৰ স্মৃতি চিৰযুগমীয়া কৰি তুলিবৰ বাবে যোৰহাট মেলেং হোলোঙাপাৰস্থিত লাচিত মৈদামত নিৰ্মাণ কৰি উলিওৱা হৈছে লাচিত বৰফুকনৰ ১২৫ ফুট দৈৰ্ঘৰ ব্ৰঞ্জৰ প্ৰতিমূৰ্তি ৷ আজি দেশবাসীৰ বাবে উৰ্চগা কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

১৭৫ কোটিটকীয়া ব্যয় সাপেক্ষে নিৰ্মাণ কৰি উলিওৱা হৈছে লাচিত বৰফুকনৰ ব্ৰঞ্জৰ প্ৰতিমূৰ্তিটো(Prime Minister Narendra Modi unveils statue of Lachit Barphukan in Jorhat) ৷

লগতে পঢ়ক : PM Modi Inaugurates Sela Tunnel And Unveils Development Projects In Arunachal Pradesh : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰিলে ছেলা সুৰংগ