Local, Vocal, Global

Zubeen Garg Voices Opposition To CAA At Cultural Event :‘CAA আনিলে আপোনালোকে ভোট নিদিব’‘ভোট নিদিলে কোনেও মন্ত্ৰী-বিধায়ক হ’ব নোৱাৰে, মই কাকো খাটিৰ নকৰো -জুবিন গাৰ্গ

নিউজ ডেস্ক, ৭ মাৰ্চ : পুনৰ ‘কা’ ৰ বিৰুদ্ধে সৰৱ জুবিন গাৰ্গ। বুধবাৰে নিশা বাক্সাৰ মুছলপুৰত সংগীতানুষ্ঠানৰ মাজতে CAAৰ বিৰুদ্ধে সৰৱ জুবিন গাৰ্গ। CAAৰ বিৰুদ্ধে মুখ খুলিছে জুবিন গাৰ্গে(Zubeen Garg Voices Opposition To CAA At Cultural Event)।

বাক্সাৰ মুছলপুৰত সংগীতানুষ্ঠানৰ মাজতে যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিনে গাৰ্গে কয় ,‘মই থকালৈকে CAA আহিব নোৱাৰে। CAA আনিলে আপোনালোকে ভোট নিদিব’। মই ৰাজনৈতিক নেতা ঘৃণা কৰোঁ(Zubeen Garg Voices Opposition To CAA At Cultural Event) ।

জুবিন গাৰ্গে কয় , ‘ভোট নিদিলে কোনেও মন্ত্ৰী-বিধায়ক হ’ব নোৱাৰে। মই কাকো খাটিৰ নকৰো। No CAA, I stand Here।’ জুবিনে কয়, ‘‘মই সলনি হোৱা নাই। মই এতিয়াও স্থিতপ্ৰজ্ঞ। ‘কা’ মই নামানো। ‘কা’ বলৱৎ হ’ব নোৱাৰে। কোনো মোদী বা হিমন্ত বিশ্ব শৰ্মাক মই খাটিৰ নকৰো। মোক কোনেও একো কৰিব নোৱাৰে।’’

লগতে পঢ়ক : PM Modi to embark on 2-day visit to Assam from Friday : কাইলৈ অসমলৈ আহিব প্ৰধানমন্ত্ৰী মোদী; উদ্ধোধন কৰিব ১৮ হাজাৰ কোটি টকাৰ প্ৰকল্পৰ