Fake currency notes worth Rs 6 lakh seized in Lakhimpur : লখিমপুৰৰ বঙালমৰাত জব্দ ৬ লাখ ৫০ হাজাৰ টকাৰ জালনোট

নিউজ ডেস্ক, ৫মাৰ্চ : লখিমপুৰৰ বঙালমৰাত জব্দ জালনোট ৷ ৬ লাখ ৫০ হাজাৰ টকাৰ জালনোট জব্দ আৰক্ষীৰ ৷
জানিব পৰা মতে, লখিমপুৰৰ ফটেহপুৰৰ বিল্লাল আলীৰ বাসগৃহত আৰক্ষীয়ে চলাইছিল অভিযান৷ লগতে আক্ষীয়ে অভিযান চলাই ২নং ইছলামপুৰৰ কুৰবান আলীৰ বাসগৃহতো ৷ পৃথক পৃথক অভিযানত আৰক্ষীয়ে জব্দ কৰে ১ লাখ নকল নোটসহ দুখন নকল সোণৰ নাও ৷ আটকাধীন বিল্লাল আলী, কুৰবান আলীক জেৰা অব্যাহত আৰক্ষীৰ(Fake currency notes worth Rs 6 lakh seized in Lakhimpur)৷
লগতে পঢ়ক : Elephant Terror in Golaghat : গোলাঘাটত বন্যহস্তীৰ মুক্ত বিচৰণ; আতংক ৰাইজ