Local, Vocal, Global

Tragic Incident :মোবাইলেৰে ফটো তোলাৰ সময়তে ব্ৰহ্মপুত্ৰত পৰিল এগৰাকী যুৱতী

নিউজ ডেস্ক, ৪মাৰ্চ : ফটোৱে কাল হ’ল এগৰাকী যুৱতীৰ বাবে। মোবাইলেৰে ফটো তুলি থাকোতে ব্ৰহ্মপুত্ৰত পৰিল এগৰাকী যুৱতী(Tragic Incident)।

জানিব পৰা মতে, এম ভি সপ্তেশ্বৰী নামৰ ফেৰীখনত আহিছিল যোৰহাটৰ বালিগাঁৱৰ পূজা বেজবৰুৱা নাম যুৱতী গৰাকী । নিমাতীঘাটৰ পৰা অফলামুখ ঘাটলৈ আহিছিল ফেৰীখন।সেই সময়তে ব্ৰহ্মপুত্ৰত পৰে যুৱতী গৰাকী।

SDRFৰ তৎপৰতাত উদ্ধাৰ কৰা হৈছে যুৱতীগৰাকীক। সম্প্ৰতি যোৰহাট মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰোৱা হৈছে যুৱতীগৰাকীক(Tragic Incident)।

লগতে পঢ়ক : Delhi CM Arvind Kejriwal skips 8th ED summons : পুনৰ ED ৰ চমন প্ৰত্যাখ্যান দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল