Kejriwal govt to give Rs 1000 monthly to women above 18 years : দিল্লীৰ কেজৰিৱাল চৰকাৰৰ অভিলাসী ঘোষণা

নিউজ ডেস্ক, ৪ মাৰ্চ : কেজৰিৱাল চৰকাৰৰ বৃহৎ ঘোষণা ।
প্ৰতিগৰাকী মহিলাক মাহে ১০০০টকাকৈ মাহিলী ভাট্টা দিয়াৰ ঘোষণা অৰবিন্দ কেজৰিৱালৰ চৰকাৰৰ ।১৮ বছৰৰ ওপৰৰ প্ৰতিগৰাকী মহিলাই লাভ কৰিব এই ধন(AAP announces Rs 1,000 per month to all Delhi women above 18 years) ।
মুখ্যমন্ত্ৰীৰ মহিলা সন্মান যোজনাৰ অধীনত দিয়া হ’ব এই ভাট্টা। দিল্লী বিধান সভাত বিত্ত মন্ত্ৰী আতিশী মাৰ্লেনাৰ এই ঘোষণা।বিধান সভাত বাৰ্ষিক বাজেট উত্থাপন কৰি ঘোষণা বিত্ত মন্ত্ৰী গৰাকীৰ( Kejriwal govt to give Rs 1000 monthly to women above 18 years)।