Local, Vocal, Global

Tragic Road Accident in Chandrapur : নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিৰ দ খাৱৈত বাগৰি পৰিল বাহন

নিউজ ডেস্ক, ৩ মাৰ্চ : ভয়ংকৰ পথ দুৰ্ঘটনা । শনিবাৰে নিশা চন্দ্ৰপুৰৰ হাতীশিলাত সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনাটো(Road Accident in Chandrapur)।

চন্দ্ৰপুৰৰ হাতীশিলাত নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিৰ দ খাৱৈত বাগৰি পৰিল বাহন। এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় দুজন লোক।আহত লোক দুজন আহত কমল কলিতা, বকুল কলিতা বুলি চিনাক্ত কৰা হৈছে । বৰ্তমান আহত লোক দুজনক GMCHত ভৰ্তি কৰোৱা হৈছে(Tragic Road Accident in Chandrapur) ।

লগতে পঢ়ক : Massive Fire Breaks Out at Duliajan : বিধ্বংসী অগ্নিকাণ্ড ;ভস্মীভূত বাসগৃহ লগতে মূল্যবান নথি পত্ৰ