Local, Vocal, Global

Massive Fire Breaks Out at Nagaon : বিধ্বংসী অগ্নিকাণ্ড; ভস্মিভূত বাসগৃহৰ লগতে বহু সা-সামগ্ৰী

নগাঁও, ২ মাৰ্চ : বিধ্বংসী অগ্নিকাণ্ড । অগ্নিকাণ্ডত ভস্মিভূত বহু সা-সামগ্ৰী(Massive Fire Breaks Out at Nagaon) ।

নগাঁৱৰ কঠীয়াতলীত সংঘটিত হৈছে এক ভয়ংকৰ অগ্নিকাণ্ড । শনিবাৰে সংঘটিত হয় এই ঘটনাটো ।

জানিব পৰা মতে, মংগল সিং কোঁৱৰ নামৰ লোকজনৰ ঘৰত সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনাটো । অগ্নিকাণ্ডৰ ফলত সম্পূৰ্ণৰূপে জাহ যায় বাসগৃহটোৰ লগতে ঘৰটোত থকা সমস্ত সা-সামগ্ৰী(Massive Fire Breaks Out at Nagaon) ।

বিদ্যুতৰ শ্বৰ্ট চাৰ্কিটৰ ফলত এই ঘটনাটো সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে ।

লগতে পঢ়ক : Massive Fire Breaks Out at Dhakuakhana : বিয়াৰ আনন্দ উল্লাসৰ মাজতে ভয়ংকৰ অগ্নিকাণ্ড; নিমিষতে ভস্মীভূত সা-সামগ্ৰী