Road Accident in Numaligarh : টাইলছ ভৰ্তি ট্ৰাক বাগৰিল দ খাৱৈত
নিউজ ডেস্ক, ২ মাৰ্চ : ভয়ংকৰ পথ দুৰ্ঘটনা । ট্ৰাক বাগৰিল দ খাৱৈত(Road Accident in Numaligarh) ।
নুমলীগড়ত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা । শনিবাৰে পুৱতি নিশা টাইলছ ভৰ্তি ট্ৰাক বাগৰিল দ খাৱৈত। ফলত গুৰুতৰভাৱে আহত হয় চালক-হেণ্ডিমেন(Road Accident in Numaligarh)।