Arms Seized in Diphu : ডিফুত আৰক্ষী আৰু CRPFৰ সফল অভিযান; জব্দ বুজন পৰিমাণৰ মাৰণাস্ত্ৰ

নিউজ ডেস্ক,২৫ ফেব্ৰুৱাৰী : ডিফুত আৰক্ষীৰ সফলতা । ডিফুত আৰক্ষী আৰু CRPFৰ যুটীয়া অভিযান। অভিযানত উদ্ধাৰ বুজন পৰিমাণৰ মাৰণাস্ত্ৰ(Arms Seized in Diphu) ।
শনিবাৰে ডিফুত আৰক্ষী আৰু CRPFৰ যুটীয়া অভিযান চলাই । অভিযানত আৰক্ষীয়ে উদ্ধাৰ কৰে মেগজিনসহ এটা AK ছিৰিজৰ ৰাইফল লগতে উদ্ধাৰ কৰে ৩টা পইণ্ট থ্ৰী টু পিষ্টলসহ ৩টা মেগজিন,৩টা হেণ্ড গ্ৰেনেড। লগতে আৰক্ষীয়ে জব্দ কৰে ছিমকাৰ্ডসহ ২টা মোবাইল।অবৈধভাৱে মাৰণাস্ত্ৰ মজুত ৰখাৰ অভিযোগত আটক ৩জনক (Arms Seized in Diphu)।
আটক কৰা লোককেইজন নীজেশ লাংথাছা, মাণিক হাফলংবাৰ, কুমুদ ওৰফে ৰথাই ফংল’ক বুলি চিনাক্ত কৰা হৈছে।
লগতে পঢ়ক : Massive Fire Breaks Out at Barkhetri : বিধ্বংসী অগ্নিকাণ্ড; অগ্নিকাণ্ডত ভস্মীভূত চাৰিটাকৈ বাসগৃহ