French President Emmanuel Macron arrives in Jaipur : ভাৰতত উপস্থিত ৭৫ সংখ্যক গণৰাজ্য দিৱসৰ মুখ্য অতিথি

নেশ্যনেল ডেস্ক, ২৫জানুৱাৰী : কাইলৈ ৭৫ সংখ্যক গণৰাজ্য দিৱস। গণৰাজ্য দিৱস অনুষ্ঠানৰ মুখ্য অতিথি ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন( PM Modi reaches Jaipur to meet French President Emmanuel Macron)।
নতুন দিল্লীৰ গণৰাজ্য দিৱসত অংশ লোৱাৰ উদ্দেশ্যৰে ইতিমধ্যে জয়পুৰত উপস্থিত হৈছে ইমানুৱেল মেক্ৰন(French President Emmanuel Macron arrives in Jaipur )৷