CM Makes Big Announcement Regarding Recruitment Process : ৰাজ্যৰ লাখ লাখ নিৱনুৱাৰ বাবে সুখবৰ

নিউজ ডেস্ক, ২৪ জানুৱাৰী : ৰাজ্যৰ লাখ লাখ নিৱনুৱাৰ বাবে সুখবৰ ।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা । নিযুক্তি প্ৰক্ৰিয়া সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা । পুনৰ অসম চৰকাৰৰ বৃহৎ নিযুক্তি প্ৰক্ৰিয়া, নতুনকৈ আৰু ৩৫হাজাৰ চাকৰি ওলাব অসমত(Chief Minister Himanta Biswa Sharma’s Big Announcement)।
বুধবাৰে নাজিৰাত এই কথা ঘোষণা কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । নাজিৰাৰ পৰা লাখ-লাখ নিবনুৱাক সুখবৰ দিলে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। চলিত বৰ্ষৰ জুন-জুলাইত অনুষ্ঠিত হ’ব ৩৫,০০০ চৰকাৰী চাকৰিৰ বাবে নিযুক্তি পৰীক্ষা। নতুনকৈ ৰাজ্য চৰকাৰে প্ৰদান কৰিব ৩৫,০০০ নতুন নিযুক্তি।
অসম আৰক্ষী আৰু তৃতীয়-চতুৰ্থ বৰ্গত নিযুক্তি প্ৰদান কৰিব অসম চৰকাৰে(CM Makes Big Announcement Regarding Recruitment Process)।
নাজিৰাত মুখ্যমন্ত্ৰী গৰাকীয়ে নিযুক্তি প্ৰক্ৰিয়া সন্দৰ্ভত মন্তব্য কৰি কয় যে ‘’অসম চৰকাৰী চাকৰি পাবলৈ কোনেও উৎকোচ দিব নালাগে। অসম এতিয়া পঢ়িলেহে চাকৰি লাভ কৰিব, ৰাজনীতি কৰা মানুহে চাকৰি দিব নোৱাৰে। আজি-কালি উৎকোচ নিদিয়াকৈয়ে চৰকাৰী চাকৰি লাভ কৰে।’’
লগতে পঢ়ক : Rahul Gandhi Announces ‘Paanch Nyay’ to Empower India : দেশত ন্যায়ৰ বাবে ‘পাঁচ ন্যায়’ প্ৰকাশ ৰাহুল গান্ধীৰ