Local, Vocal, Global

Ayodhya Ram Mandir : ৰাম মন্দিৰত প্ৰাণ প্ৰতিষ্ঠা হ’ল ৰামলালাৰ

নিউজ ডেস্ক, ২২ জানুৱাৰী : অন্ত পৰিল দেশৰ ৫৫০ বছৰীয়া অপেক্ষাৰ। সম্পন্ন হ’ল ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা কাৰ্যসূচী(Ayodhya Ram Mandir)।

ঐতিহাসিক ক্ষণৰ সাক্ষী সমগ্ৰ বিশ্ব। ৰামময় হৈ পৰিছে ৰাম নগৰী অযোধ্যাৰ লগতে সমগ্ৰ দেশ । ৰাম মন্দিৰত প্ৰাণ প্ৰতিষ্ঠা হ’ল ৰামলালাৰ ।