Local, Vocal, Global

Dead Dody Recovered : নগাঁৱৰ ৰেংবেঙৰ সমীপৰ সৰুপথাৰত উদ্ধাৰ মৃতদেহ

নিউজ ডেস্ক, ৭ ডিচেম্বৰ : ৰাজ্যৰ পুনৰ মৃতদেহৰ উদ্ধাৰৰ ঘটনা । পুনৰ উদ্ধাৰ মৃতদেহ ।

ৰাজ্যত প্ৰতিদিনে উদ্ধাৰ হয় এটাৰ পিছত আন এটা ৰহস্যজনক মৃতদেহ। প্ৰতিদিনে সংবাদ মাধ্য়মৰ শিৰোনাম দখল কৰে মৃতদেহ উদ্ধাৰৰ ঘটনাই। ৰাজ্যত ধাৰাবাহিক ভাৱে ইটোৰ পিছত সিটো মৃতদেহ উদ্ধাৰ হৈ আছে । ৰাজ্যত ক্ৰমাৎ বৃদ্ধি হৈছে অপৰাধজনিত ঘটনা । বিগত দিনসমূহত ৰাজ্যৰ প্ৰতিটো প্ৰান্তত মৃতদেহ উদ্ধাৰৰ ঘটনাই বাতৰিৰ শিৰোনাম দখল কৰি আহিছে(Dead Dody Recovered ) ।

এইবাৰ নগাঁৱত উদ্ধাৰ মৃতদেহ । নগাঁৱৰ ৰেংবেঙৰ সমীপৰ সৰুপথাৰত উদ্ধাৰ হৈছে মৃতদেহটো।

প্ৰাপ্ত তথ্য অনুসৰি উদ্ধাৰ হোৱা মৃতদেহটো যমুনামুখ ডেকেৰুৱাৰ নুৰুল আমিন বাছাৰ নামৰ লোকজনৰ বুলি চিনাক্ত কৰা হৈছে। কোনো দুৰ্বৃত্তই নুৰুল আমিন বাছাৰ নামৰ লোকজনক হত্যা কৰি মৃতদেহটো ৰেংবেঙৰ সমীপৰ সৰুপথাৰত পেলাই থৈ যোৱাৰ সন্দেহ প্ৰকাশ কৰিছে নুৰুল আমিন বাছাৰ পৰিয়ালৰ লোকে। ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে((Dead Dody Recovered in Nagaon)।

লগতে পঢ়ক : 20 Yr Old Man Kills Girlfriend in Hotel : প্ৰেমিকাক হত্য়া কৰি প্ৰেমিকে হোৱাটছএপ ষ্টেটাছত লগালে মৃতদেহৰ ফটো