Rape Case : পুনৰ পোহৰলৈ আহিছে আন এক ধৰ্ষণৰ ঘটনা

নিউজ ডেস্ক, ২৯অক্টোবৰ : পুনৰ মহানগৰীত জঘন্য ঘটনা । পুনৰ পোহৰলৈ আহিছে আন এক ধৰ্ষণৰ ঘটনা । এইবাৰ কিশোৰীক ধৰ্ষণ লম্পটৰ(Rape Case) ।
শনিবাৰে নিশা সংঘটিত হয় এই জঘন্য ঘটনাটো । শনিবাৰে নিশা কামাখ্যাৰ VIP পাৰ্কিঙৰ সমীপত এটি শিশুক দুৰ্বৃত্তই ধৰ্ষণৰ কৰাৰ অভিযোগ উঠিছে(9 year old girl raped by a young man) ।
এইবাৰ শক্তিপীঠ কামাখ্যাক কলুষিত কৰিবলৈ চেষ্টা দুৰ্বৃত্তৰ (9 year old girl raped) ।
জানিব পৰা মতে, এটি ৯ বছৰীয়া শিশুক মাতৃৰ সমীপতেই ধৰ্ষণ কৰে নয়ন হালৈ নামৰ এজন যুৱকে । দীৰ্ঘদিনৰ পৰা কামাখ্যা মন্দিৰ ফটোগ্ৰাফাৰ হিচাপে কাম কৰি আছিল নয়ন হালৈ। ভুক্তভোগী কিশোৰীগৰাকীয়ে মাতৃৰ সৈতে কামাখ্যাত বহু দিনৰ পৰা ভিক্ষা কৰি চলি আছিল । শনিবাৰে নিশা সুযোগ লৈ লম্পট নয়ন হালৈয়ে ধৰ্ষণ কৰে কিশোৰীগৰাকীক(9 year old girl raped by a young man near her mother near kamakhya temple)।
এই ঘটনাৰ পিছতে ভুক্তভোগী গৰাকীৰ মাতৃয়ে কামাখ্যা আৰক্ষী চকীত এজাহাৰ দাখিল কৰে । আৰক্ষীয়ে ইতিমধ্য়ে এজাহাৰ ভিত্তিত লম্পট নয়ন হালৈক গ্ৰেপ্তাৰ কৰে ।
লগতে পঢ়ক :Vice President Dhankhar to visit Guwahati Tomorrow : অসমলৈ আহিব দেশৰ উপ ৰাষ্ট্ৰপতি জগদীপ ধনখেড়