Local, Vocal, Global

chandrayaan-3 soft landing: ইতিহাস ৰচিলে ভাৰতে,সফল হ’ল ভাৰতৰ চন্দ্ৰ অভিযান চন্দ্ৰযান-৩

নিউজ ডেস্ক, ২৩আগষ্ট : ইতিহাস ৰচিলে ভাৰতে। সফল হ’ল ভাৰতৰ চন্দ্ৰ অভিযান চন্দ্ৰযান-৩। চন্দ্ৰৰ দক্ষিণ মেৰুত অৱতৰণ কৰিলে চন্দ্ৰযান-৩ । চন্দ্ৰপৃষ্ঠত সফল অৱতৰণ লেণ্ডাৰ বিক্ৰমৰ। চন্দ্ৰপৃষ্ঠত সফল অৱতৰণ বিশ্বৰ প্ৰথমখন দেশ হ’ল ভাৰত(chandrayaan-3 soft landing)।

ভাৰতৰ মহাকাশ সংস্থা ইছৰোৰ দ্বাৰা প্ৰেৰণ কৰা চন্দ্ৰযান ৩-ৰ লেণ্ডাৰ বিক্ৰমে চন্দ্ৰত অৱতৰণ কৰে। ভাৰতৰ এয়া তৃতীয় চন্দ্ৰ অভিযান চন্দ্ৰযান-৩। চন্দ্ৰযান-৩ ১৪ জুলাইত উৎক্ষেপণ কৰা হৈছিল। তাৰপাছতে আজি ইয়াৰ সফল অৱতৰণ হয়। সন্ধিয়াই ৬বাজি ৪মিনিটত ভাৰতৰ মহাকাশযান চন্দ্ৰযান-৩ এ কৰিলে সফল অৱতৰণ(chandrayaan-3 soft landing) ।

লগতে পঢ়ক :Chandrayaan-3 landing : ইতিহাস ৰচিবলৈ গৈ আছে ভাৰতে; মাজত মাত্ৰ আৰু কেইটামান মুহূৰ্ত