Brutal murder in Hajo: খুড়াকৰ ডিঙি কাটি হত্যা কৰিলে ভতিজাকে By MyNewsNE Desk On May 5, 2023 Brutal murder in Hajo Share এক নৃশংস হত্যাকাণ্ডই জোকাৰি গৈছে হাজো (Brutal murder incident in Hajo) হাজোৰ শনিয়াদিৰ বেল’গুৰিত সংঘটিত হৈছে এই নৃশংস হত্যাকাণ্ডৰ ঘটনাটো বৃহস্পতিবাৰে মাজনিশা সংঘটিত হয় নৃশংস হত্যাকাণ্ডটো ভতিজাকেই ডিঙি কাটি হত্যা কৰিলে নিজ খুড়াকক নিহত লোকজনৰ নাম আতাৰ আলী বুলি জানিব পৰা গৈছে Related Posts Watch | Mushalpur HMC press meet: ‘দাবী মানি… Jul 6, 2025 Watch | যোৰহাট দিসৈ নগৰৰ সমিপৰ ভৌগদৈ মাথাউৰি কাষত উদ্ধাৰ… Jul 6, 2025 Watch | Dergaon mother daughter missing case: দেৰগাঁও… Jul 6, 2025 ঘটনাৰ লগত জড়িত অভিযুক্ত ভতিজাকৰ নাম আদাৰ আলী কোনো কাৰণ নোহোৱাকৈয়ে ভতিজাকে এই হত্যাকাণ্ড সংঘটিত কৰাৰ অভিযোগ আক্ৰমণৰ সময়ত বাধা প্ৰদান কৰিবলৈ গৈ গুৰুতৰভাৱে আহত আন দুজন লোক আহত দুয়োকে সংকটজনক অৱস্থাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ ঘটনাস্থলীত হাজো আৰক্ষী উপস্থিত হৈ মৃতদেহ চমজি লোৱাৰ লগতে আৰম্ভ কৰিছে তদন্ত ইফালে হত্যাকাণ্ডটো সংঘটিত কৰিয়েই পলায়ন কৰিলে হত্যাকাৰী আদাৰ আলীয়ে Share FacebookTwitterReddItWhatsAppPinterestEmail