নিশা কচুৱাৰ মাধৱ পাৰাৰ ঐতিহ্য মণ্ডিত শ্রী শ্রী মাধৱ থানত চুৰি কাণ্ড…

ডিজিটেল ডেস্ক:- নিশা কচুৱাৰ মাধৱ পাৰাৰ ঐতিহ্য মণ্ডিত শ্রী শ্রী মাধৱ থানত চুৰি কাণ্ড।
নিশাৰ অন্ধকাৰৰ সুযোগ লৈ চোৰে থানৰ দান পাত্র ভাঙি চুৰে লৈ যায় টকা পইছা।।
থানৰ মূল্যবান ইলেকট্রনিক ইনভাইটৰ কে আদি কৰি বহু মূল্যবান সা সামগ্ৰী চুৰি কৰি নিয়াৰ অভিযোগ থানৰ পৰিচালনা সমিতিৰ।
পূৰ্বতো ঐতিহ্য মণ্ডিত শ্ৰী শ্ৰী মাধৱ থানত বহু বাৰ চুৰি কাৰ্য্য সংগঠিত হৈছিল।
ইতিমধ্যে থান পৰিচালনা সমিতিয়ে কচুৱা আৰক্ষীক অৱগত কৰাত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে।