আৰক্ষীৰ বিষয়াৰ নামত ভুৱা ফেচবুক একাউন্ট…

এইবাৰ আন এজন অসম আৰক্ষীৰ বিষয়াৰ নামত ভুৱা ফেচবুক একাউন্ট ।কোনোবাই দুৰ্বৃত্তই খুলিলে এই ফেচবুক একাউন্ট এইবাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পল্লৱ তামুলীৰ নামত ভুৱা একাউন্ট।এই একাউন্টৰে পঠিয়াইছে বিভিন্নজনক friend Request ।লগতে ভুৱা একাউন্টৰে মেচেজ দি ধন দাবীও কৰিছে দুৰ্বৃত্তই।অতিৰিক্ত আৰক্ষী অধীক্ষক পল্লৱ তামুলীয়ে ভুৱা একাউন্টক সহাঁৰি নজনাবলৈ আহ্বান।