GMCৰ কোটিটকীয়া কেলেংকাৰিৰ অভিযুক্ত অভিমন্যু মেধিক জামিন
গুৱাহাটী উচ্চ ন্যায়ালয়ত মুখথেকেচা CM ভিজিলেন্সৰ
GMCৰ কোটিটকীয়া কেলেংকাৰিৰ অভিযুক্ত অভিমন্যু মেধিক জামিন
মুখ্য গাণনিক অডিট বিষয়াৰ দায়িত্বত আছিল অভিমন্যু মেধি
১৩ জনক গ্ৰেপ্তাৰ কৰিছিল মুখ্যমন্ত্ৰীৰ তদাৰকী আৰু নিৰীক্ষণ শাখাই
মিঠু আগৰৱালাক ম’ষ্ট ৱাণ্টেড ঘোষণা কৰিছিল CM ভিজিলেন্সে
মিঠু আগৰৱালা নাম আৰু ফটোসহ প্ৰকাশ কৰিছিল CM ভিজিলেন্সে
অজ্ঞাত কাৰণত নিবিদা অবিহনে ঠিকা লাভ কৰা আগৰৱালাই চলাইছিল লুণ্ঠন