Local, Vocal, Global

তিনিচুকীয়া জিলাৰ আৰক্ষী অধীক্ষকক বদলি, গৌৰৱ অভিজিত দিলীপ নতুন SP

বিতৰ্কত সোমাই পৰাৰ লগতে তদন্তৰ ভাৰ চিআইডিক প্ৰদান কৰাৰ সময়তে আজি তিনিচুকীয়া জিলাৰ আৰক্ষী অধীক্ষকক বদলি কৰে ৰাজ্য চৰকাৰে৷
তিনিচুকীয়াৰ আৰক্ষী অধীক্ষক দেৱজিৎ দেউৰীক বদলি কৰি ধুবুৰীৰ আৰক্ষী অধীক্ষক গৌৰৱ অভিজিত দিলীপক তিনিচুকীয়াৰ নতুন আৰক্ষী অধীক্ষক নিযুক্তি দিয়ে৷ অপৰ্ণা নাটৰাজন ধুবুৰীৰ আৰক্ষী অধীক্ষক পদত নিযুক্ত৷