Local, Vocal, Global

লামডিঙৰ জাগ্ৰত দেৱী শীতলা মা মন্দিৰত চোৰৰ চাফাই অভিযান

নিউজ ডেস্ক: লামডিঙৰ ঐতিহাসিক মন্দিৰ লুটি নিলে দুৰ্বৃত্তই। লামডিঙৰ জাগ্ৰত দেৱী শীতলা মা মন্দিৰত সংঘটিত হৈছে চুৰি কাণ্ড। চোৰে মন্দিৰৰ তলা ভাঙি আ-অলঙ্কাৰৰ লগতে দান পাত্ৰৰ টকা লৈ উধাও হয়। ঐতিহ্যমণ্ডিত মন্দিৰ চুৰিৰ ঘটনাই সমগ্ৰ লামডিঙত তীব্ৰ চাঞ্চল্য সৃষ্টি কৰিছে।