Local, Vocal, Global

তিনি পদাৰ্থবিদলৈ ২০২২ৰ পদাৰ্থ বিজ্ঞানৰ নোবেল

নিউজ ডেস্ক : নোবেল লাভ কৰিছে ফৰাচী বিজ্ঞানী এলাইন এছপেক্ট আৰু মাৰ্কিন পদাৰ্থবিদ জন এফ ক্ল’জাৰে।

অষ্ট্ৰিয়াৰ পদাৰ্থ বিজ্ঞানী এণ্টন জেলিংগাৰলৈও পদাৰ্থ বিজ্ঞানৰ নোবেল।