Local, Vocal, Global

ৰাজস্থানৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী শচীন পাইলট

নিউজ ডেস্ক : কংগ্ৰেছৰ সন্মুখত পুনৰ ৰাজনৈতিক সংকট
বিষম্বাদত বিধ্বস্ত হৈ পৰিছে কংগ্ৰেছ দল
ৰাজস্থানৰ পৰৱৰ্তী মুখ্যমন্ত্ৰীক লৈ ঘনে ঘনে বৈঠক
অশোক গেহলট কংগ্ৰেছৰ সভাপতি হ’লে আহিব জটিলতা
মুখ্যমন্ত্ৰী পদৰ বাবে সমীকৰণ ৰচিছে শচীন পাইলটে
কংগ্ৰেছৰ সভাপতি পদৰ প্ৰাৰ্থী অশোক গেহলট
মুখ্যমন্ত্ৰী পদৰ পৰা অব্যাহতি ল’ব নেকি অশোক গেহলটে
ৰাজস্থানৰ জয়পুৰত গুৰুত্বপূৰ্ণ বৈঠক
বৈঠকত উপস্থিত আছে জেষ্ঠ নেতা মল্লিকাৰ্জুন খৰ্গে আৰু অজয় মাকেন