Local, Vocal, Global

ঐতিহাসিক ওলমা দলংৰ সমীপৰ মেলেং ডুবিত অঘটন

নিউজ ডেস্ক, ৭ ছেপ্তেম্বৰ : বোকাখাতৰ ডিফলু চাহ বাগিচাত সংঘটিত হৈছে অঘটন।
বোকাখাতত অৱস্থিত ঐতিহাসিক ওলমা দলংৰ সমীপৰ মেলেং ডুবিত অঘটন।

চাহপাত চিঙি ডিফলু নদী পাৰ হোৱাৰ সময়ত নদীৰ সোঁতত উটি গ’ল ৬ গৰাকীকৈ মহিলা শ্ৰমিক।


স্থানীয় লোকৰ তৎপৰতাত ৫ গৰাকী শ্ৰমিকক উদ্ধাৰ কৰিলে যদিও ববিতা ভূমিজ নামৰ আন এগৰাকী শ্ৰমিকক সোঁতে উটুৱাই নিয়ে।


উল্লেখ্য যে, বৰ্তমানেও উদ্ধাৰ কৰিব পৰা নাই মহিলাগৰাকীক।