Local, Vocal, Global

অসুস্থ যুৱ প্ৰজন্মৰ হাৰ্টব্ৰীট জুবিন গাৰ্গ

নিউজ ডেস্ক, ২০ জুলাই : অসুস্থ যুৱ প্ৰজন্মৰ হাৰ্টব্ৰীট জুবিন গাৰ্গ। বৰ্তমান ডিব্ৰুগড়ৰ সঞ্জীৱনী হাস্পাতালত ভৰ্তি কৰোৱা হৈছে গায়ক গৰাকীক ।

বাথৰুমত পৰি মূৰত আঘাত পাইছিল গায়ক গৰাকীয়ে আৰু তাৰ পাছতে গায়ক গৰাকীক সঞ্জীৱনী হাস্পাতাললৈ লৈ যোৱা হয়।

উল্লেখ্য যে, বৰ্তমান গায়ক গৰাকীৰ স্বাস্থ্যৰ অৱস্থা সুস্থিৰ বুলি হাস্পাতাল কৰ্তীপক্ষই জানিব দিয়ে।