Local, Vocal, Global

ৰাজ্যত পুনৰ সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা

নিউজ ডেস্ক, ১৯ জুলাই : ৰাজ্যত পুনৰ সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা। কামৰূপ মেট্ৰ’ জিলাৰ অন্তৰ্গত ক্ষেত্রীৰ তেতেলীয়াত সংঘটিত হৈছে পথ দুৰ্ঘটনা।

এখন দ্রুতবেগী ট্রাকে ছুইফ্ট ডিজায়াৰ (Swift Dzire) আৰু এখন আইচক্রীম কঢ়িওৱা বাহনক মহটিওৱাৰ ফলত সংঘটিত হয় শোকাৱহ পথ দুৰ্ঘটনাটো ।

দুৰ্ঘটনাত গুৰুতৰভাৱে তিনিজনকৈ লোক আহত হয় আহতসকলক পৰৱৰ্তীসময়ত সোণাপুৰ চিকিৎসালয়ত ভৰ্তি কৰায়।

ঘটনাস্থলীত ক্ষেত্রী আৰক্ষী উপস্থিত হৈ আটক কৰে ট্রাকৰ চালক সুৰত জামানক।