Local, Vocal, Global

হ্ৰাস পালে LPG চিলিণ্ডাৰৰ মূল্য

নিউজ ডেস্ক, ১ জুলাই : ১ জুলাইৰ পৰা কাৰ্য্যকৰী হোৱাকৈ তাৎক্ষণিকভাৱে হ্ৰাস কৰা হৈছে বাণিজ্যিক তৰলীকৃত পেট্ৰ’লিয়াম গেছ (LPG) চিলিণ্ডাৰৰ মূল্য।

১৯৮ টকা মূল্যৰ শেহতীয়া পৰিৱৰ্তনৰ ফলস্বৰূপে দিল্লীত এটা বাণিজ্যিক ১৯ কিলোগ্ৰাম LPG চিলিণ্ডাৰৰ মূল্য এতিয়া ২,০২১ টকা হ’ব।

ই ৰেষ্টুৰেণ্ট, ভোজনালয়, চাহৰ দোকান আৰু ১৯ কিলোগ্ৰাম চিলিণ্ডাৰৰ সৰ্বাধিক উপভোক্তা সকলৰ বাবে এক সকাহ প্ৰদান কৰিব।

মন কৰিকৰিব লগীয়া যে ১ জুনত দেশৰ ৰাজধানীত বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য আছিল ২,২১৯ টকা।