HMPV virus cases:বেংগালুৰুত ধৰা পৰিছে প্ৰথমটো HMPV সংক্ৰমণ
নিউজ ডেস্ক,৬ডিচেম্বৰ : ভাৰতত প্ৰথমটো HMPV সংক্ৰমণ । বেংগালুৰুত ধৰা পৰিছে প্ৰথমটো HMPV সংক্ৰমণ(HMPV virus cases)।
বেংগালুৰুৰ ৮ মহীয়া শিশুৰ দেহত ধৰা পৰিছে HMPV পজিটিভ। বেংগালুৰুৰ এখন হাস্পতালত চিকিৎসাধীন শিশুটি।
উল্লেখ্য যে বৰ্তমান চীনত HMPV সন্ত্ৰাস বিয়পিছে। এই ভাইৰাছৰ বাবে শ শ লোকে প্ৰাণ হেৰুৱাইছে আৰু হাজাৰ হাজাৰ লোক এই ৰোগত সংক্ৰমণ হৈ আছে । চীনৰ জনসাধাৰণে ইয়াক লৈ আতংকিত হৈ পৰিছে(8-month-old at Bengaluru hospital suspected to have tested positive)।
লগতে পঢ়ক :Tragic Incident in Mohanpur:বনভোজ দলৰ জেনেৰেটৰ বিস্ফোৰণ;জীৱন্ত অগ্নিদগ্ধ ৯জনকৈ লোক