ঘোষণা হʼল ৬৮ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা

নিউজ ডেস্ক, ২২ জুলাই : ঘোষণা হʼল ৬৮ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা । অসমৰ বাবে সুখবৰ কঢ়িয়াই আনিলে ৪খন কৈ ছবিয়ে।
- অসমীয়া ভাষাৰ শ্ৰেষ্ঠ চিনেমা ʼব্ৰীজʼলৈ ৰজতকমল বঁটা

- আইমী বৰুৱা পৰিচালিত ডিমাচা ভাষাৰ শ্ৰেষ্ঠ চিনেমা ʼছেমখৰʼলৈ ৰজতকমল
- অসমৰ খঞ্জন কিশোৰ নাথৰ পৰিচালিত কাৰ্বি ছুটি ছবি ʼকাচ্চি চিনী থুʼ লৈ ৰজতকমল
- পাৰিপাৰ্শ্বিক শিতানত দীপ ভূঞা পৰিচালিত ʼমানাহ আৰু মানুহ ʼ লৈ ৰজতকমল