Local, Vocal, Global

WATCH | 5 Bangladeshi Nationals Detained : কাছাৰৰ কাটিগড়াত সন্দেহজনক বাংলাদেশী আটক

কাছাৰ,২৯জুন : কাছাৰৰ কাটিগড়াত সন্দেহজনক বাংলাদেশী আটক।

কাটিগড়া চৌৰঙ্গি আৰু জালালপুৰৰ পৰা আটক কৰে ৫জন সন্দেহজনক বাংলাদেশী(5 Bangladeshi Nationals Detained)।

ধৃত পাঁচজনক লগে লগে শিলচৰলৈ লৈ যায় আৰক্ষীয়ে।

লগতে পঢ়ক : WATCH | Honey Trapping : ৰাজ্যত পুনৰ ভয়ংকৰ হানী ট্ৰেপিঙৰ ঘটনা