Local, Vocal, Global

বৰলুইতত বুৰ গ’ল ৪ বছৰীয়া ৰাজু

নিউজ ডেস্ক: লাহৰিঘাটৰ ভূৰাগাঁৱত ব্ৰহ্মপুত্ৰৰ পৰি এগৰাকী শিশু সন্ধানহীন হোৱাৰ ঘটনাই চা্চল্যৰ সৃষ্টি কৰিছে৷ ভূৰাগাঁৱৰ লেঙেৰীবড়ীগাঁৱত সন্ধানহীন সুকো চৌহানৰ ৪ বছৰীয়া পুত্ৰ ৰাজু চৌহান‌ বুলি জানিব পৰা গৈছে৷ সম্প্ৰতি SDRF বাহিনীৰ অভিযান অব্যাহত আছে যদিও বৰ্তমানেও সন্ধানহীন শিশুটি৷ এই ঘটনাই শোকৰ ছাঁ পেলাইছে৷