3 Homemade IEDs Recovered : ৰাজ্যত উদ্ধাৰ হস্তনিৰ্মিত IED
শোণিতপুৰ, ২৮ নৱেম্বৰ : ৰাজ্যত কুটাঘাতক পৰিকল্পনা আছিল নেকি দুস্কৃতিকাৰীৰ !ৰাজ্যত উদ্ধাৰ হ’ল তিনিটাকৈ হস্তনিৰ্মিত IED(3 Homemade IEDs Recovered In Sonitpur) ।
ৰাজ্যত দিনক দিনে বৃদ্ধি পাইছে অপৰাধ আৰু অপৰাধীৰ সংখ্যা । আৰক্ষীয়ে যিমানে সষ্টম সিমানে বাঢ়ি গৈছে অপৰাধীৰ সংখ্যা । হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ শাসনলৈ আহিয়েই অপৰাধীৰ বিৰুদ্ধে যি হুংকাৰ দিছিল তাক ওফৰাই আছে একাংশ অপৰাধীয়ে । আৰক্ষীৰ কঠোৰ স্থিতি গ্ৰহণ কৰি থকাৰ সময়তে ৰাজ্যত চলি আছে অপৰাধ(3 Homemade IEDs Recovered In Sonitpur; Suspect Arrested) ।
এইবাৰ ৰাজ্যত উদ্ধাৰ হস্তনিৰ্মিত IED । শোণিতপুৰৰ ভালুকপংত উদ্ধাৰ IED(3 Homemade IEDs Recovered) ।
উল্লেখ্য যে, ভালুকপং বজাৰৰ সমীপৰ পৰা উদ্ধাৰ হৈছে তিনিটাকৈ হস্তনিৰ্মিত IED। অসম অৰুণাচল সীমান্তৰ ভালুকপংৰ অনন্ত বৰা নামৰ এজন ব্যক্তিৰ পৰা উদ্ধাৰ কৰিছে হস্তনিৰ্মিত IED ৷
ইতিমধ্যে IED উদ্ধাৰ হোৱা ঘটনাই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷
আৰক্ষী সূত্ৰত প্ৰকাশ কৰি অনুসৰি, অনন্ত বৰাই বোমাকেইটা নিজে নিৰ্মান কৰিছিল ৷
আৰক্ষীয়ে বৰ্তমান ঘটনা সন্দৰ্ভ তদন্ত অব্যাহত ৰাখিছে ৷
লগতে পঢ়ক : Road Accident in Gosaingaon : এক মৰ্মান্তিক দুৰ্ঘটনা,যাত্ৰীবাহী বাছ আৰু মালবাহী ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষ