Local, Vocal, Global

ধিঙত ২৮ টা চোৰাং গৰু ভৰ্তি ট্ৰাক জব্দ

নিউজ ডেস্ক,১০ মাৰ্চঃ বুধবাৰে নিশা চি আৰ পি এফ আৰু ধিং আৰক্ষীৰ যৌথ অভিযানত বেছামাৰী বজাৰত ২৮টাকৈ চোৰাংভৰ্তি এখন ট্ৰাক জব্দ কৰাৰ লগতে এজন লোকক আটক কৰে।
আটক কৰা লোকজন নগাঁও চামগুৰিৰ মফিদুল ইছলাম বুলি জানিব পৰা গৈছে।
     উল্লেখ্য যে,বুধবাৰে নিশা ধিং আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি CRPFৰ সহযোগত শালকাটিৰ পৰা মেঘালয়লৈ নি থকা অৱস্থাত ট্ৰাকখন বেছামাৰী বজাৰত জব্দ কৰে।