2024 Munin Barkatki Award announced :গল্পকাৰ পাপৰি বৰ্মনলৈ ২০২৪ বৰ্ষৰ মুনীন বৰকটকী সাহিত্য বঁটা

নিউজ ডেস্ক,৮অক্টোবৰ : ২০২৪ বৰ্ষৰ মুনীন বৰকটকী বঁটা ঘোষণা।
গল্পকাৰ পাপৰি বৰ্মনলৈ ২০২৪ বৰ্ষৰ মুনীন বৰকটকী সাহিত্য বঁটা
‘পৰুৱা পোহনীয়া’ নামৰ গল্প সংকলনৰ বাবে বৰ্মনলৈ আগবঢ়োৱা হৈছে এই বঁটা(2024 Munin Barkatki Award announced)।
১৯৯৫চনৰ পৰা প্ৰদান কৰা হৈছে এই বঁটা।
এই বঁটাত আছে- নগদ ৫০ হেজাৰ টকা, এটা স্মাৰক আৰু এখন প্ৰশস্তি পত্ৰ।