200 students at Greater Noida hostel suffer food poisoning : খাদ্যৰ বিষক্ৰিয়া হৈ অসুস্থ ২০০গৰাকী শিক্ষাৰ্থী

ইণ্টাৰনেশ্যনেল ডেস্ক, ৯ মাৰ্চ : অসুস্থ ২০০গৰাকী শিক্ষাৰ্থী । খাদ্যৰ বিষক্ৰিয়া হৈ অসুস্থ শিক্ষাৰ্থী(200 students at Greater Noida hostel suffer food poisoning) ।
গ্ৰেটাৰ নয়ডাৰ সংঘটিত হৈছে এই ঘটনাটো ।গ্ৰেটাৰ নয়ডাৰ ছাত্ৰাৱাসত খাদ্যত বিষক্ৰিয়া হৈ অসুস্থ ২০০গৰাকী শিক্ষাৰ্থী । আৰ্যন ৰেছিডেন্সি আৰু লয়ড ছাত্ৰাৱাসত সংঘটিত হৈছে এই ঘটনা। অসুস্থ শিক্ষাৰ্থী সকলক তাৎক্ষণিকভাৱে চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়(200 students at Greater Noida hostel suffer food poisoning, hospitalised) ।
জানিব পৰা মতে, শুকুৰবাৰে নিশা প্ৰায় ৯.৩০ বজাত ছাত্ৰ-ছাত্ৰীসকলে ৰাতিৰ আহাৰ খোৱাৰ পিছত এই ঘটনাটো সংঘটিত হয়(200 Greater Noida hostel students hospitalised due to suspected food poisoning) ।