Local, Vocal, Global

2 jawans killed as IED trigger blast : ছত্তীশগড়ত নক্সালবাদীৰ IED বিস্ফোৰণ

নিউজ ডেস্ক,১৮জুলাই : ছত্তীশগড়ত নক্সালবাদীৰ IED বিস্ফোৰণ৷ ছত্তীশগড়ৰ বীজাপুৰৰ ঘন জংঘলত সংঘটিত হয় এই বিস্ফোৰণ ঘটনা(2 jawans killed as IED trigger blast ) ৷

বিস্ফোৰণৰ ফলত ছহিদ হয় ২জন জোৱান, আহত ৪জন জোৱান(2 jawans killed as IED trigger blast in Chhattisgarh)৷

সেনাৰ অভিযানৰ সময়তে IED বিস্ফোৰণ নক্সালবাদীৰ ।

লগতে পঢ়ক : Travel influencer dies after falling off waterfall : ৰিল ভিডিঅ’ কাল হ’ল যুৱতীৰ;ৰিল ভিডিঅ’বনাবলৈ গৈ মৃত্যু যুৱতীৰ