18 gold biscuits, foreign currency seized in major operation at New Bongaigaon Junction : কাজিৰঙা এক্সপ্ৰেছৰ পৰা জব্দ ১৮ টুকুৰা সোণৰ বিস্কুটসহ বিদেশী মুদ্ৰা
নিউজ ডেস্ক,২৬জুন : নিউ বঙাইগাঁও জংচনত GRPৰ অভিযান। অভিযানত কাজিৰঙা এক্সপ্ৰেছৰ পৰা জব্দ প্ৰায় ১৮ টুকুৰা সোণৰ বিস্কুট ।জব্দকৃত সোণখিনিৰ ওজন প্ৰায় ৩৬০ গ্ৰাম।
জানিব পৰা মতে GRPৰ অভিযানত সোণৰ বিস্কুটৰ লগতে জব্দ কৰে বিদেশী মুদ্ৰাও(18 gold biscuits, foreign currency seized in major operation at New Bongaigaon Junction)।
ইফালে অভিযানত আটক কৰা হৈছে ৪ জন লোকক। আটক আব্দুল ৰহমান, মধু কুমাৰ, ৰাজকুমাৰ কালিয়াপেৰুমাল, প্ৰাগাদিস্বৰণ পিভিআৰক বুলি জানিব পৰা গৈছে ।
লগতে পঢ়ক : Student killed in wild elephant attack in Tamulpur : শোৱাপাটিত বন্যহস্তীৰ আক্ৰমণত নিহত নৱম শ্ৰেণীৰ ছাত্ৰী