Local, Vocal, Global

16 Year Old Girl Goes Missing From Beltola : পুনৰ মহানগৰীত নিৰুদ্দেশ কিশোৰী

নিউজ ডেস্ক, ১৮ মাৰ্চ : ৰাজ্যত পুনৰ নিৰুদ্দেশৰ ঘটনা । ৰাজ্যত দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে নিৰুদ্দেশৰ ঘটনা । ধাৰাবাহিকভাৱে সংবাদ মাধ্যমৰ শিৰোনামা দখল কৰি আহিছে নিৰুদ্দেশৰ ঘটনাই । এটাৰ পিছত আন এটা নিৰুদ্দেশৰ ঘটনাই জোকাৰি গৈছে ৰাজ্য(16 Year Old Girl Goes Missing From Beltola)।

পুনৰ মহানগৰীত নিৰুদ্দেশ কিশোৰী । এইবাৰ বেলতলাৰ পৰা সন্ধাহীন কিশোৰী । দেওবাৰৰ বিয়লিৰ পৰা সন্ধানহীন বেলতলাৰ ছাৰ্ভে অঞ্চলৰ কিশোৰী ।

জানিব পৰা মতে, নিৰুদ্দেশ হোৱা কিশোৰী গৰাকীৰ নাম নেহা কুমাৰী, বয়স ১৬ বছৰ । দেওবাৰে বিয়লি প্ৰায় ৬ মান বজাত নেহা কুমাৰী প্ৰশান্তি ৰোডৰ ভাড়াঘৰৰ পৰা ওলাই আহিছিল আৰু তাৰ পিছৰে পৰা কিশোৰী গৰাকী ঘৰলৈ উভতি যোৱা নাই(16-Year-Old Girl Goes Missing From Guwahati’s Beltola Locality, FIR Filed)।

কিশোৰীগৰাকী ঘৰলৈ ওভতি নোযোৱাৰ বাবে পৰিয়ালৰ লোকে বিচাক সোচৰ কৰে যদিও কোনো সূংসূত্ৰ নাপায় । তাৰ পিছতে পৰিয়ালৰ লোকে দিছপুৰ আৰক্ষীৰ চকীত এজাহাৰ দাখিল কৰে।

লগতে পঢ়ক : Itakhola Police Seize 59 Cartons of arunachali Liquor : পুনৰ ৰাজ্যত জব্দ অৰুণাচলী সুৰা