13 year old teenager memorizes the Holy Quran: মাদ্ৰাছাৰ ছাত্ৰ প্ৰৱল প্ৰতিভা
৩১জানুৱাৰী ২০২৫,বৰপেটা: মাত্ৰ ৯ মাহত পৱিত্ৰ কোৰান শ্বৰীফ মুখস্থ কৰি অভিলেখ গঢ়িলে ৰুহুল আমিনে। ১৩ বছৰীয়া ৰুহুল আমিনে মাত্ৰ ৯ মাহত পৱিত্ৰ কোৰান শ্বৰীফ মুখস্থ কৰি অসম্ভৱকো সম্ভৱ কৰি দেখুৱালে।বৰপেটাৰ গলিয়া দাৰুল কোৰআন হাফিজীয়া একাডেমীৰ ১৩ বছৰীয়া ছাত্ৰ ৰুহুল আমিনে মাত্ৰ ৯ মাহত মুখস্থ কৰিলে পৱিত্ৰ কোৰান শ্বৰীফ।ৰুহুল আমিনৰ এই সফলতাত বিভিন্ন জনে শুভেচ্ছা জনোৱাৰ লগতে উৎফুল্লিত সমগ্ৰ অঞ্চলবাসী।