Chhattisgarh encounter: আৰক্ষী আৰু নক্সালবাদীৰ মাজত সংঘৰ্ষ;নিহত ১২টাকৈ নক্সালবাদী

নিউজ ডেস্ক,৯ফেব্ৰুৱাৰী : পুনৰ ছত্তীশগড়ত আৰক্ষী আৰু নক্সালবাদীৰ মাজত সংঘৰ্ষ । সংঘৰ্ষত নিহত ১২ৰো অধিক নক্সাল।
খবৰ অনুসৰি,ছত্তীশগড়ত বীজাপুৰ আৰু নাৰায়ণপুৰ সীমান্তত আৰক্ষীৰ সৈতে নক্সালবাদীৰ সংঘৰ্ষ হয় । এই সংঘৰ্ষত ১২ৰো অধিক নক্সাল নিহত হোৱাৰ লগতে কেইবাগৰাকীও আৰক্ষী জোৱান আহত বুলি জানিব পৰা যায় । নেচনেল পাৰ্কৰ ভিতৰত সংঘটিত হয় এই ঘটনাটো। অৱশ্যে প্ৰশাসনে এতিয়ালৈকে এই ঘটনাটোৰ সন্দৰ্ভত কোনো আনুষ্ঠানিক তথ্য সদৰি কৰা নাই( 12 Naxals gunned down in Chhattisgarh encounter)।
লগতে পঢ়ক :Atishi resigns as Delhi CM: দিল্লীৰ মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ আতিশী মাৰ্লেনাৰ