সোণাৰিৰ অপহৃত ব্যৱসায়ী মুছলেক আলীৰ বিস্ফোৰক ভিডিঅ’বাৰ্তা
নিউজ ডেস্ক,২৬নৱেম্বৰ : সোণাৰিৰ অপহৃত ব্যৱসায়ী মুছলেক আলীৰ বিস্ফোৰক ভিডিঅ’বাৰ্তা
গোপন স্থানৰ পৰা প্ৰেৰণ কৰা হৈছে ভিডিঅটো
ড্ৰাগছ ব্যৱসায়ৰ সৈতে জড়িত থকাৰ কথা স্বীকাৰ অপহৃত মুছলেক আলীৰ
ড্ৰাগছৰ কৰাল গ্ৰাসত অঞ্চলটো বন্দী হোৱাৰ বাবে নগাৰ ৰোষত পৰিছে মুছলেক আলী
লগতে পঢ়ক :Tragic Road accident in Rangia : ৰাস চাই ঘৰলৈ ওভতাৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনা; নিহত এজন