মাতৃ-পুত্ৰই জঁপিয়াই পৰিল আৰক্ষীৰ ওপৰত
নিউজ ডেস্ক,২৪নৱেম্বৰ: আৰক্ষীৰ ওপৰত জঁপিয়াই পৰিল মাতৃ-পুত্ৰ
অবৈধ ভাবে বিদ্যুৎ সংযোগেৰে ই- ৰিক্সাৰ চাৰ্জ দি আহিছিল মাতৃ-পুত্ৰই
বিদ্যুৎ বিভাগৰ দলে ই- ৰিক্সাৰ চাৰ্জ কৰা যন্ত্র জব্দ কৰিবলৈ লওঁতে আৰক্ষী আৰু বিদ্যুৎ কৰ্মচাৰীৰ ওপৰত এনেদৰে জঁপিয়াই পৰে মাতৃ-পুত্ৰই
লগতে পঢ়ক:Raas Mahotsav 2024: জাগীৰোডত শ্ৰীশ্ৰী কৃষ্ণৰ ৰাস মহোৎসৱ উদযাপন