Local, Vocal, Global

বিদেশত উৰাজাহাজ উৰুৱাইছে অসম সন্তান ছাকিলে

নিউজ ডেস্ক,১৬মাৰ্চ : বিদেশত উৰাজাহাজ উৰুৱাইছে অসম সন্তান ছাকিলে

বৰপেটাৰ বহৰিৰ আবুল কালামৰ পুত্ৰ ছাকিলে আমেৰিকাত উৰুৱাইছে বিমান

বৰপেটাৰ ছাকিলক আপুনিও জনাওক শুভেচ্ছা

ৰমজান মাহত সমগ্ৰ অসমবাসীক গৌৰাম্বিত কৰি তুলিছে

বহৰিৰ খুৰচিদ চাহিদ হক আৰু আবুল কালামৰ পুত্ৰ ছাকিলে গৌৰাম্বিত কৰিলে

লগতে পঢ়ক : WATCH | Sonapur News : সোণাপুৰৰ কচুতলিত স্থাপন হ’ব দশম অসম আৰক্ষী বাহিনীৰ মুখ্য কাৰ্যালয়