প্ৰধান শিক্ষকৰ বিৰুদ্ধে অনিয়ম আৰু দুৰ্নীতিৰ অভিযোগ

ডিজিটেল ডেস্ক: ১৯১৭ নং চলচলীয়া বালিকা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ বিৰুদ্ধে উত্থাপিত হৈছে ব্যাপক অনিয়ম আৰু দুৰ্নীতি। শিক্ষাৰ অভাৱত বিনষ্ট হৈছে শিক্ষাৰ পৰিবেশ।
ইউনিফৰ্মৰ পৰা বঞ্চিত ছাত্ৰ-ছাত্ৰী। শিক্ষা বিভাগৰ নীতি নিৰ্দেশনাক কেৰেপ নকৰা এজন প্ৰধান শিক্ষক।
৯ বজাত বিদ্যালয়ত উপস্থিত হয় যদিও ১২ বজাত ছুটি দি ঘৰ মূৱা হয় আৰু আছে ন ন অভিযোগ। যাৰ বাবে প্ৰধান শিক্ষকৰ বিৰুদ্ধে উপাহীন ৰাইজ তথা কণ কণ ছাত্ৰ ছাত্ৰীয়ে এই দৰে মন্তব্য কৰে সাংবাদিকৰ সন্মুখত।