নিমাতিঘাটত এক ভয়ংকৰ অঘটন

নিউজ ডেস্ক, ২ মাৰ্চঃ নিমাতিঘাটৰ অফলা পাৰ ঘাটত পুৱা প্ৰায় ১০:৩০ বজাত সংঘটিত হয় এক অঘটন। বুধবাৰে মাজুলী অভিমুখে অহা এখন ফেৰীৰ পৰা জঁপিয়াই আত্মহত্যা কৰে এজন যাত্ৰীয়ে ।

বাতৰি অনুসৰি, ফেৰীখনে যাত্ৰা আৰম্ভ কৰাৰ লগে লগে চেনিমাই SB2 ফেৰীত থকা যুৱকজনে নদীত জাপ দিয়ে, ফেৰীখনত মুঠ যাত্ৰী আছিল ৪৮ জন । বৰ্তমান ও সন্ধানহীন হৈ আছে কিশোৰজন। ইতিমধ্যে যুৱক জনক উদ্ধাৰৰ বাবে SDRF বাহিনীয়ে উদ্ধাৰ অভিযান আৰম্ভ কৰে।v