নগাঁৱত ব্ৰাউন চুগাৰভৰ্তি কন্টেনাৰ জব্দ!
নগাঁৱত ড্ৰাগছ সৰবৰাহকাৰীক আতক।হয়বৰগাঁও আৰক্ষীয়ৰ বৃহৎ সফলতা।হয়বৰগাঁও আৰক্ষীয়ে ইছলামপট্টিত চলাইছিল অভিয়ান ।অভিযানত জব্দ ২০ টাকৈ ব্ৰাউন চুগাৰভৰ্তি কন্টেনাৰ সহ আতক এজনক।ধৃত ড্ৰাগছ সৰবৰাহকৰীজনৰ নাম ৰাকিব হুছেইন।